সামাজিক মাধ্যমৰ জৰিয়তে সনাতন ধৰ্ম আৰু সনাতন ধৰ্মৰ আৰাধ্য ভগৱানৰ ওপৰত কৰা অপমানসূচক প্ৰচাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল।
বহুদিন ধৰি ভূবন চন্দ্ৰ থাকলাৰী নামৰ মুখপুথিৰ পৃষ্ঠাটোৰ জড়িয়তে সনাতন ধর্ম আৰু সনাতন ধৰ্মৰ আৰাধ্য ভগৱানৰ ওপৰত বহুতো অপমানসূচক মন্তব্য প্ৰচাৰ কৰি সনাতনী হিন্দু সকলৰ ধৰ্মীয় অনুভূতিত আঘাট কৰি অহা পৰিলক্ষিত হৈছে।
সেয়েহে দয়ালু মহোদয়ে উক্ত পৃষ্ঠাটো পুংখানুপুংখ ভাৱে পৰীক্ষা কৰি গৰাকী জনক বিচাৰি ওলিয়াই বিহীত ব্যৱস্থা গ্রহণ কৰিবলৈ সনাতনী বীৰ হিন্দুসেনাৰ তৰফৰ পৰা অনুৰোধ জনালোঁ ।

0 Comments