সনাতনী বীৰ হিন্দুসেনাৰ অসম প্ৰান্তৰ সম্পৰ্ক প্ৰমুখ ৰ দায়িত্বত থকা জিতু ৰাভা ডাঙৰীয়াৰ পূজনীয়া মাতৃ যোৱা মঙলবাৰে পৰলোকপ্ৰাপ্তি ঘটাত আজি তেওঁলোকৰ বাসগৃহত উপস্থিত হৈ সনাতনী বীৰ হিন্দুসেনাৰ প্ৰতিষ্ঠাপক প্ৰমুখ আংচ কাইদ পাঠক ডাঙৰীয়াই শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে জিতু ৰাভা ডাঙৰীয়াৰ প্ৰয়াত মাতৃৰ বিদেহ আত্মাৰ সদগতি আৰু চিৰশান্তি কামনা কৰে।
ঔঁ শান্তিঃ।

0 Comments