Ticker

6/recent/ticker-posts

Sanatani Veer Hindusena Dedicated to Dharma • Nation • Culture • Service


সনাতনী বীৰ হিন্দুসেনা

"ধৰ্ম • ৰাষ্ট্ৰ • সংস্কৃতি • সেৱাৰ বাবে সমৰ্পিত"

নমস্কাৰ

হৰ হৰ মহাদেৱ

ধৰ্ম হেৰালে সংস্কৃতি হেৰায়, সংস্কৃতি হেৰালে পৰিচয় হেৰায়, পৰিচয় হেৰালে অস্তিত্ব লোপ পায়,

সেয়েহে মই সমগ্র সনাতনী ধর্মক সুৰক্ষা প্ৰদান কৰি যুগে যুগে জীয়াই ৰাখিবলৈ সনাতনী বীৰ হিন্দুসেনা আৰম্ভ কৰিলোঁ,

কাৰণ এতিয়া আমাৰ লৰা - ছোৱালী সকলোৱে নিজৰ ধৰ্মটো পাহৰি গৈছে

আৰু নিজকে সনাতনী বুলি পৰিচয় দিবলৈ লাজ - ভয় কৰে,

আৰু অন্য ধর্ম গ্ৰহণ কৰে,


সেয়েহে সমগ্র সনাতনী, হিন্দু জাতিটোক সুৰক্ষা প্ৰদান কৰি সেৱা সংস্কাৰ দেখুৱাই সমগ্র বিশ্ব সনাতনী কৰাৰ উদ্দেশ্য

সনাতনী বীৰ হিন্দুসেনা

উদ্দেশ্য -

১/ সনাতন ধৰ্মক ৰক্ষা কৰা,

২/ অখণ্ড ভাৰত নিৰ্মাণ ও দেশ মাতৃক সেৱা আৰু সুৰক্ষা,

৩/ সমগ্র বিশ্বত সনাতনী ধৰ্ম প্ৰচাৰ,

৪/অখণ্ড ভাৰতৰ বিভিন্ন জাতী - জন গোষ্ঠীৰভাষা সংস্কৃতি ৰখা কৰা,

৫/ নাৰী সুৰক্ষা প্ৰদান কৰা,

৬/ বিশ্বৰ দৰবাৰত শংকাৰ্য্য আৰু শ্ৰীমন্ত শংকৰদেৱক প্ৰতিষ্ঠিত কৰা,

৭/ গো হত্যা ৰোধ কৰা আৰু গোচালা নিৰ্মাণ,

8/ ৰাসায়নিকভাবে কৰা আক্ৰমণ ৰোধ কৰা,

৯/ প্ৰতিখন জিলা পৰ্যায়ত সনাতনী ধৰ্মীয় যুৱক যুৱতীক প্ৰশিক্ষণ আৰু কৰ্ম সংস্থাপন দিয়া,

১০/ বিশ্বৰ বিভিন্ন ঠাইত সনাতনী পীঠ নিৰ্মাণ কৰা,

১১/ ভাৰতীয় সামগ্ৰী নিৰ্মাণ কৰা আৰু ইয়াক ব্যৱহাৰ কৰা,

১২/ আয়ুৰ্বেদ, ধনন্তৰী শিক্ষা প্ৰদান, আৰু গুৰুকুল নিৰ্মাণ,

১৩/ সমৰ কলা ,যোগ আসন শিক্ষা প্ৰদান ও প্ৰতিটো খেলাৰ ব্যৱস্থা কৰা,

১৪/ ভূমি সুৰক্ষা,

১৫/ দুৰ্নীতি , ভ্ৰষ্টাচাৰ ৰোধ কৰা আৰু সজাগতা সৃষ্টি কৰা,

১৬/ বিদ্যালয় / মহাবিদ্যালয়বোৰত গীতা পাঠ ও সংস্কৃত ভাষা বাধ্যতামূলক কৰা,

১৭/ লাভ জেহাদ বন্ধ কৰা,

১৮/ উচ্চ শিক্ষাৰ বাবে প্ৰশিক্ষণ ও সহায় সহযোগ কৰা,

১৯/ প্ৰকৃতীক দুৰ্যোগত আক্ৰান্ত হোৱা অঞ্চলত সনাতনীৰ সৈনিক সকলে নিষ্ঠাৰে সেৱা আগবঢ়োৱা,

২০/ দেশৰ আখণ্ডতাৰ  প্ৰতিভাবুকী  আহিলে প্রতিজন সনাতনীয়ে প্রতিজন সনাতনীৰ সৈনিকে মাতৃৰ হকে নিষ্ঠাৰে সেৱা আগবঢ়োৱা,

২১/ অৰ্থনৈতিক স্বাৱলম্বীৰ বাবে জৈৱিক কৃষিকার্য , বজাৰ ঘৰুৱা উৎপাদন বৃদ্ধি কৰা, গোচালা , মৎস উৎপাদন আদিৰ ওপৰত উন্নত উৎপাদন আৰু পালনৰ ব্যৱস্থা কৰা,

সেয়েহে এনেকুৱা উদ্দেশ্য হাতত লৈ গঠন কৰা হৈছে সনাতনী বীৰ হিন্দুসেনা,

ধন্যবাদ

Post a Comment

0 Comments