নমস্কাৰ হৰ হৰ মহাদেৱ ধৰ্ম হেৰালে সংস্কৃতি হেৰায়, সংস্কৃতি হেৰালে পৰিচয় হেৰায়, পৰিচয় হেৰালে অস্তিত্ব লোপ পায়, সেয়েহে মই সমগ্র সনাতনী ধর্মক সুৰক্ষা প্ৰদান কৰি যুগে যুগে জীয়াই ৰাখিবলৈ সনাতনী বীৰ হিন্দুসেনা আৰম্ভ কৰিলোঁ, কাৰণ এতিয়া আমাৰ লৰা - ছোৱালী সকলোৱে নিজৰ ধৰ্মটো পাহৰি গৈছে আৰু নিজকে সনাতনী বুলি পৰিচয় দিবলৈ লাজ - ভয় কৰে, আৰু অন্য ধর্ম গ্ৰহণ কৰে, সেয়েহে সমগ্র সনাতনী, হিন্দু জাতিটোক সুৰক্ষা প্ৰদান কৰি সেৱা সংস্কাৰ দেখুৱাই সমগ্র বিশ্ব সনাতনী কৰাৰ উদ্দেশ্য সনাতনী বীৰ হিন্দুসেনা উদ্দেশ্য -
Social Plugin