Ticker

6/recent/ticker-posts

সনাতনী বীৰ হিন্দুসেনা ৰাষ্ট্ৰীয় সংগঠন

 সনাতনী বীৰ হিন্দুসেনা সৰ্ব ভাৰতীয় ৰাষ্ট্ৰীয় সংগঠন

বৰ্তমান সনাতনী বীৰ হিন্দুসেনাৰ অসম ৰাজ্যৰ লগতে পশ্চিম বংগ, বিহাৰ, মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশত ৰাজ্যিক সমিতি সমুহ তত্বাৱধানত সাংগঠনিক কাম সমূহ চলি আছে, মূলতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ দ্বিতীয় বৰ্ষ প্ৰশিক্ষণ প্ৰাপ্ত হৈ জিলা দায়িত্ব ভাৰ পালন কৰাৰ লগতে বিশ্ব হিন্দু পৰিষদৰ প্ৰশিক্ষণ গ্ৰহণ কৰি বজৰংগ দলৰ দায়িত্ব ভাৰ পালন কৰি অৱশেষত আংচ কাইদ পাঠকে দেশৰ বিভিন্ন জন হিন্দুত্ববাদী নেতাৰ লগতে সমাজসেৱী সংস্থা লগত ব্যক্তি আৰু বহুতো শিক্ষাবিদৰ সৈতে আলোচনা কৰি সনাতনী বীৰ হিন্দুসেনা প্ৰতিষ্ঠা কৰে,

Post a Comment

0 Comments