Ticker

6/recent/ticker-posts

সনাতনী বীৰ হিন্দুসেনাৰ প্ৰাক্তন সংযোজক মাননীয় সঞ্জীৱ ডেকা ডাঙৰীয়াই যোৱা কালি সন্ধিয়া ৭ মান বজাত ইহলীলা সম্বৰণ কৰে, তেখেতৰ সনাতনী বীৰ হিন্দুসেনালৈ বহুত অৱদান আছে, সেয়েহে আমি সদায় তেখেতৰ ওচৰত চিৰ কৃতজ্ঞ হৈ থাকিম, অৱশেষত ভগৱানৰ ওচৰত তেখেতৰ বিদেহী আত্মাৰ চিৰ শান্তি কামনা কৰিলোঁ


 

Post a Comment

0 Comments